...

Rongali Bihu Wishes in Assamese : Pictures and Quotes

This 'Rongali Bihu Wishes in Assamese' blog will not only include pictures to share on Whatsapp but also quotes to wish your loved ones well.
Rongali Bihu Wishes in Assamese : Pictures and Quotes

Table of Contents

Bohag Bihu or popularly called as Rongali Bihu is a popular harvest festival celebrated in the state of Assam. It coincides with other Indian festivals like Vaisakhi, Vishu, Meshadi and Vaisakhadi. Bohag Bihu 2024 is going to be celebrated from April 14, 2024 onwards. Earlier, it has been a seven-day affair. Now, it is celebrated for two or three days. As Bohag Bihu is considered as Assamese New Year, Assamese people greet each other on this day. This blog with compile all ‘Rongali Bihu Wishes in Assamese’ along with pictures and quotes.

This blog will help you wish Assamese people, whether your friends or colleagues, on Bohag Bihu. This ‘Rongali Bihu Wishes in Assamese’ blog will not only include pictures to share on Whatsapp but also quotes to wish your loved ones well.

Rongali Bihu Wishes in Assamese : For Friends and Colleagues

Start your celebration of Bohag Bihu with day by extending warm Bihu greetings! If you have Assamese friends and colleagues, share these exquisite images with them. They are expertly crafted and perfect for uploading on various social media platforms like Facebook, Twitter, and Instagram. These photos are not copyrighted, so you can easily share these on any platforms.

Rongali Bihu Wishes in Assamese 2024

Rongali Bihu Wishes in Assamese Instagram

Bohag Bihu Wishes and Quotes

Even if you’re unfamiliar with Assamese, you can simply copy and paste the following to extend your wishes for Rongali Bihu. These lines can serve as authentic captions for Instagram and Facebook quotes.

  • ৰঙালী বিহুৰ হিয়াভৰা শুভেচ্ছা
  • ৰঙালী বিহুৰ প্ৰতিটো দিন সুখময় হোকৰঙালী বিহু আৰু অসমীয়া নতুন বছৰৰ ওলগ জনালোঁ
  • ৰঙালী বিহুয়ে কঢ়িয়াই আনক আপোনাৰ জীৱনলৈ কঢ়িয়াই আনক সুখ, শান্তি আৰু সমৃদ্ধিৰ বতৰা।
  • বসন্তৰ উৎসৱ ৰঙালীয়ে আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ সকলোৰে মনবােৰ সমৃদ্ধ কৰি তোলক।
  • এই বহাগ বিহুয়ে কঢ়িয়াই আনক সকলোৰে জীৱনলৈ আনন্দ আৰু উল্লাস। ৰঙালী বিহুৰ আন্তৰিক ওলগ জনাইছো।
  • আপোনাৰ লগতে পৰিয়ালৰ প্ৰতিজন সদস্যলৈ ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা আৰু শুভকামনা জনালো । আগন্তুক দিন বোৰ যাতে সুখ-শান্তি কঢিয়াই আনক। তাৰে কামনা কৰিলো।
  • অসমীয়া নতুন বছৰ । আগন্তুক বছৰটো উপচি পৰক বহুত সুখ আৰু সমৃদ্ধি। তাৰেই শুভকামনা।
  • ভোগালী বিহুৰ হিয়াভৰা ওলগ জনালো। বহাগ আৰু বসন্তই জীপাল কৰক অসমবাসীৰ মন।
  • বহাগ বিহুয়ে সুদৃঢ় কৰক সম্প্ৰীতিৰ এনাজৰী।ৰঙালী বিহুৰ আন্তৰিক শুভকামনা।

Bohag Bihu Wishes Pictures

Bohag Bihu is popular Assamese festival to greet each other. It is also known as ‘Rongali Bihu’ meaning the festival of joy. Here are some pictures to wish your loved ones on Rongali Bihu.

Rongali Bihu Wishes in Assamese 2024

Rongali Bihu Wishes in Assamese : Pictures

Rongali Bihu Wishes in Assamese : Pictures

Bohag Bihu is popular occasion to upload your wishes on social media. Here are some Instagram captions in Assamese about bohag Bihu to upload your pictures on the occasion of Bohag Bihu.

কপৌৰ ফুলৰ সৌন্দৰ্য , তগৰ ফুলৰ সুগন্ধৰে ভৰপূৰ বহাগৰ সুকীয়া পৰিৱেশৰ আমেজে সকলোৰে জীৱনলৈ সুখৰ বতৰা কঢ়িয়াই আনক আৰু এই ৰঙালী বিহু সকলোৰে বাবে আনন্দময় হওঁক। আপোনাক আৰু আপোনাৰ সকলো পৰিয়ালৰ সদস্যলৈ বহাগ বিহুৰ হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ।


অসমীয়া জাতীয় জীৱনৰ আয়ুসৰেখা, প্ৰতিগৰাকী অসমীয়াৰ স্বাভিমান বাপতি-সাহোন ৰঙালী বিহু আৰু অসমীয়া নতুন বছৰৰ এই শুভক্ষণত সকলোলৈকে হিয়াভৰা ওলগ আৰু অফুৰন্ত শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ৰঙালীৰ ৰঙেৰে টনকিয়াল হওঁক সাতামপুৰুষীয়া সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ এনাজৰী। সুখ, শান্তি, সমৃদ্ধি, হাঁহি, আনন্দৰে উপচি ৰঙীন হৈ পৰক সকলোৰে মন প্ৰাণ, সকলোৰে জীৱন।


“চ’তে গৈয়ে গৈয়ে ব’হাগে পালেহি
ফুলিলে ভেবেলী লতা,
কৈনো কৈ থাকিলে ওৰকে নপৰে
ৰঙালী বিহুৰে কথা”


অসমীয়া জাতিৰ প্ৰাণস্পন্দন ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছো ৷ আমাৰ ঐতিহ্য আৰু পৰম্পৰাৰ প্ৰতীক ৰঙালীৰ ৰঙে সমৃদ্ধ কৰি তোলক প্ৰতিগৰাকী অসমীয়াৰে মন-প্ৰাণ ৷ কপৌ-কেতেকীৰ সুগন্ধি, কুলি-কেতেকীৰ সুমধুৰ মাতে সকলোৰে মনবোৰ আনন্দময় কৰি তোলক।নতুন বছৰটিয়ে সকলোৰে জীৱনলৈ নতুন আশা আৰু সম্ভাৱনাৰ বতৰা কঢ়িয়াই আমাৰ সাতামপুৰুষীয়া ঐক্য আৰু সম্প্ৰীতিৰ এনাজৰী চিৰদিন টনকিয়াল কৰি ৰাখক।


বিহু থাকে মানে বিহুকে বিনাবা ঐ।।
বিহু গ’লে বিনাবা কাক॥ বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ ।


“আজি বিহু বিহু কালি বিহু বিহু
নাহৰ ফুল ফুলিবৰ বতৰ
কেতেকী চৰায়ে কাটে সৰু সূতা
মৰুৱা কাঠৰে যঁতৰ।”


অসমীয়া জাতীয় জীৱনৰ প্ৰাণকেন্দ্ৰ স্বৰূপ ৰঙালী বিহুৰ লগতে অসমীয়া নৱবৰ্ষৰ শুভক্ষণত সমূহ অসমবাসী ৰাইজলৈ জ্ঞাপন কৰিছো অকৃত্ৰিম আদৰ আৰু অফুঁৰন্ত শুভেচ্ছা। ৰঙালীৰ ৰঙেৰে প্ৰজ্বলিত হৈ পৰক আনন্দৰ চাকি আৰু টনকিয়াল হওক সাতামপুৰুষীয়া সম্প্ৰীতি তথা ভাতৃত্ববোধৰ এনাজৰী।


অতিকে চেনেহৰ মুগাৰে মহুৰা ,
তাতোকৈ চেনেহৰ মাকো।
তাতোকৈ চেনেহৰ বহাগৰ বিহুটি ,
নাপাতি কেনেকৈ থাকো।।

Leave a Reply

Your email address will not be published. Required fields are marked *

Share:

Related Posts