New Year Wishes in Assamese | নৱবৰ্ষৰ শুভেচ্ছা | Photos & Captions

New Year Wishes in Assamese | নৱবৰ্ষৰ শুভেচ্ছা Celebrate this New Year with Assamese wishes, photos, and captions for Facebook & Instagram.
New Year Wishes in Assamese | নৱবৰ্ষৰ শুভেচ্ছা | Photos & Captions
Table of Contents

As the calendar turns to a new year, it’s the perfect time to share joy, warmth, and heartfelt wishes with friends and family. This New Year, let’s make our greetings special by adding a touch of Assamese charm to our social media posts.

In this blog, we bring you a collection of beautifully crafted New Year wishes in Assamese, along with photos and captions that capture this special moment as we welcome 2026. Whether you’re looking to express gratitude, spread happiness, or simply add a regional flair to your posts, these creative ideas will help you connect with your loved ones.

New Year Wishes in Assamese With Translation

আপোনালৈ ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ।
Translated into English: Wish you a very happy new year.

আগতীয়া নৱ বৰ্ষৰ আন্তৰিক শুভেচ্ছা সকলো বন্ধু তথা বান্ধৱী লৈ মোৰ ফালৰ পৰা আন্তৰিকতাৰে জ্ঞাপন কৰিলোঁ! অনাগত দিনত সুস্থ শৰীৰৰ কামনাৰে।

Translated into English: Dear friends and family, wish you a Happy New Year! I wish for your good health.

মোৰ বন্ধু-বান্ধৱী, জেষ্ঠ্য-কনিষ্ঠ, শিক্ষাগুৰু, শুভাকাংক্ষী আৰু মৰমৰ ছাত্ৰ-ছাত্ৰী সকলো লৈকে ইংৰাজী নৱ বৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ । আগন্তুক বৰ্ষটো যেন সকলোৰে বাবে সুখৰ,সমদ্ধিশালী আৰু শান্তিময় হওক তাৰেই কামনা কৰিলোঁ ।

Translated into English: I wish all my friends, seniors, teachers, well-wishers and dear students a Happy New Yer 2025 . I wish you all a happy, prosperous and peaceful year ahead.

সমূহ অসমবাসীলৈ ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ। প্ৰতিটো দিন, প্ৰতিটো ক্ষণ সমাজৰ প্ৰগতিৰ বাবে কাম কৰি যোৱাৰ বাবে আপোনালোকৰ আশিস বিচাৰিছোঁ।

Translated into English: Happy new year everyone. Seeking your blessings and support to keep on working for the society throughout the year.

 

happy New year 2026

Social Media Caption for Happy New Year 2025

Here, we bring you a curated set of New Year wishes and captions perfect for social media, designed to capture the spirit of hope, joy, and new beginnings. Whether you’re posting on Facebook, Instagram, or X, these concise and meaningful captions will help you share positivity and welcome the New Year with warmth and optimism.

এই বছৰৰ প্ৰত্যেক ক্ষণ বিশেষ হওক, আনন্দ ফুৰ্তিৰে ভৰা হওক, প্রত্যেক দিন সুখ শান্তিৰে ভৰা হওক, তাৰে কামনাৰে আজি এই শুভ ক্ষণত অন্তৰৰ পৰা ইংৰাজী নৱ বৰ্ষৰ হিয়াভৰা শুভেচ্ছা ও শুভ কামনা জনাইছোঁ।

নতুন বছৰত আপোনাৰ প্ৰতিটো দিন ৰঙীন হওক…
আপোনাৰ জীৱনৰ প্ৰতিটো অধ্যায় ৰঙেৰে পৰিপূৰ্ণ হওক…
সফলতা আৰু ভাগ্যই আপোনাক সদায় আগুৰি ৰাখক তাৰেই কামনাৰে…
সমূহ অসমবাসী ৰাইজলৈ ইংৰাজী নৱবৰ্ষৰ হিয়াভৰা শুভেচ্ছা তথা শুভ কামনা জ্ঞাপন কৰিছোঁ।

সমূহ ৰাইজলৈ ইংৰাজী নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা তথা শুভকামনা জ্ঞাপন কৰিলোঁ। নতুন উদ্যম, নতুন পৰিকল্পনাৰে সকলোৰে জীৱন সোণোৱালী হৈ পৰক, তাৰ বাবে অলেখ অযুত শুভকামনা জনালোঁ

মোৰ শ্ৰদ্ধাৰ অসমবাসী ৰাইজলৈ ইংৰাজী নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

আশাকৰোঁ, এই নতুন বৰ্ষই আপোনাৰ আৰু আপোনাৰ পৰিয়াললৈ আৰ্থিক, শাৰীৰিক প্ৰগতিৰ লগতে জীৱনলৈ শান্তি সমৃদ্ধি কঢ়িয়াই আনিব। তাৰেই কামনাৰে…

ইংৰাজী নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ , নৱবৰ্ষই আপোনালৈ আনক সুখ শান্তি আৰু অনাবিল আনন্দ ! আপোনাৰ কৰ্ম জীৱনৰ প্ৰতিটো দিন সফল হওঁক…… ! “ধন্যবাদ ”!

❤️❤️❤️❤️

Photos: New Year Wishes in Assamese

Here are some of the best photos that you can share on your social media account on this new year 2025. These photos can be saved and shared without any copyright.

happy New year 2026 in assamese

new year wishes in assamese

New Year with Assamese wishes, photos, and captions for Facebook & Instagram

Here are some photos you can share on WhatsApp, Facebook, and Instagram Stories to spread New Year cheer and celebrate fresh beginnings with your friends and followers.

happy New year 2026 in assamesehappy New year 2026 in assamese

happy New year 2026 in assamese

 

3 Responses

Leave a Reply

Your email address will not be published. Required fields are marked *

Home » Uncategorized » New Year Wishes in Assamese | নৱবৰ্ষৰ শুভেচ্ছা | Photos & Captions